আজি ৫ মাৰ্চ

▶️১৬৯৯ চনৰ আজিৰ দিনটোতেই মহাৰজা জয় সিং (দ্বিতীয়)ৰ অম্বৰৰ সিংহাসনত আৰোহণ।
▶️১৮৫১ চনৰ আজিৰ দিনটোতেই ভাৰতৰ ‘জিঅ’লজিকেল ছাৰ্ভে অৱ ইণ্ডিয়া’ প্ৰতিষ্ঠা হৈছিল।
▶️১৮৩১ চনৰ এই দিনটোতেই গান্ধী-আৰউইন চুক্তি।
▶️১৯৫৩ চনৰ এই দিনটোতেই ছোভিয়েট ৰাষ্ট্ৰনায়ক যোছেফ ষ্টেলিনৰ মৃত্যু হৈছিল।
▶️১৯৭৫ চনৰ আজিৰ দিনটোতেই সমাজসেৱক আৰু সাহিত্যক তথা লোকনায়ক অমিয় কুমাৰ দাসৰ মৃত্যু হৈছিল।।

You might also like
Leave A Reply

Your email address will not be published.