আজি ৬ ডিচেম্বৰ

➡️১৭৩২ ভাৰতত ইংৰাজ চৰকাৰৰ প্ৰথম গৱৰ্নৰ জেনেৰেল ৱাৰেন হেষ্টিংছৰ ইংলেণ্ডৰ অক্সফোৰ্ডশ্বায়াৰত জন্ম।
➡️১৮২৩ জাৰ্মান ভাষাত্ত্ববিদ আৰু প্ৰাচ্যতত্ত্ববিদ মেক্স মুলাৰৰ জন্ম।
➡️১৯১৭ ফিনলেণ্ডৰ স্বাধীনতা লাভ।
➡️ভাৰতীয় ৰাজনীতিবিদ তথা ভাৰতৰ সংবিধান ৰচনাৰ অন্যতম ব্যক্তি ভীমৰাও ৰামজী আম্বেদকাৰৰ মৃত্যু।
➡️হিন্দু মৌলবাদীৰ দ্বাৰা অয্যোধাৰ বাবৰি মছজিদ ধ্বংস। দেশজুৰি ব্যাপক সাম্পদায়িক সংঘৰ্ষ। প্ৰায় ১,১৫০ জন লোকৰ মৃত্যু। ৫,০০০ৰো অধিক লোক আহত সা-সম্পত্তিৰ বিস্তৰ ক্ষতি।
➡️১৯৮৯ ‘অষ্টিন-১৯৮৯’ নামৰ ধূমকেতুটোৰ আৱিস্কাৰ।
➡️১৯৭১ নৱগঠিত বাংলাদেশক ভাৰতৰ স্বীকৃতি।
➡️১৯১১ মংগোলিয়া ৰুছ নিৰাপত্তা অঞ্চলত পৰিণত।
➡️১৯২৯ তুৰস্কত প্ৰথমবাৰৰ বাবে মহিলাৰ ভোটাধিকাৰ লাভ।
➡️১৯৯০ অয্যোধ্যাত বিশ্ব হিন্দু পৰিষদৰ কৰসেৱা শান্তিপূৰ্ণভাৱে সম্পন্ন।
➡️১৯৯২ উত্তৰ প্ৰদেশত কল্যাণ সিং নেতৃত্বাধীন বিজেপি চৰকাৰ ভংগ, ৰাজ্যত ৰাষ্ট্ৰপতি শাসন জাৰি।

You might also like
Leave A Reply

Your email address will not be published.