আজি ৮ জানুৱাৰী

⏩১০২৬ চুলতান মামুদৰ চতুৰ্দশ আৰু শেষ ভাৰত আক্ৰমণ। গুজৰাটৰ কাথিওৱাৰৰ সোমনাথ শিৱ মন্দিৰ ধ্বংস মামুদে এই মন্দিৰৰ পৰা কোটি টকাৰ সোণ আৰু মূল্যৱান পাথৰ গজনীলৈ লৈ যায়।
⏩১৩২৪ ইটালীৰ প্ৰখ্যাত নাৱিক, পৰিব্ৰাজক মাৰ্কো পলোৰ মৃত্যু।
⏩১৬৪২ ইটালীৰ বিজ্ঞানী আৰু জ্যৌতিৰ্বিদ গেলিলিঅ’গেলিলিৰ মৃত্যু।
⏩১৮৭২ সাহিত্যিক হেমচন্দ্ৰ গোস্বামীৰ জন্ম।
⏩১৯০৯ জ্ঞানপীঠ বঁটা বিজয়ী প্ৰথম মহিলা সাহিত্য়িক আশাপূৰ্ণা দেৱীৰ জন্ম।
⏩১৯২৬ ওডিচী নৃত্য় বিশাৰদ কেলুচৰণ মহাপাত্ৰৰ জন্ম।
⏩১৯৪১ বয় স্কাউট আন্দোলনৰ জন্মদাতা ৰবাৰ্ট বেডেন পাৱেলৰ মৃত্যু।
⏩১৯৪২ ইংৰাজ পদাৰ্থবিদ ষ্টিফেং হকিঙৰ জন্ম।
⏩১৯৫৫ ৰাজনীতিবিদ চৈয়দ মহম্মদ চাদুল্লাৰ মৃত্যু।
⏩১৯৭৫ চীনৰ বিপ্লৱী ৰাষ্ট্ৰনায়ক,প্ৰথম প্ৰধান মন্ত্ৰী চৌ-এন লাইৰ মৃত্যু।
⏩১৯৮৪ ভাৰতৰ প্ৰথম মহিলা পাইলট সুষমা মুকোপাধ্যায়ৰ মৃত্যু।
⏩২০০৬ ৰাছিয়াত বিমান দুৰ্ঘটনা,১৮৭ জনৰ মৃত্যু।

You might also like
Leave A Reply

Your email address will not be published.