ইউক্ৰেইনক ভয়ংকৰ বিস্ফোৰণেৰে প্ৰত্যুত্তৰ ৰাছিয়াৰ!

আক্ৰমণত মৃত্যু হয় কমেও ২১ গৰাকীকৈ লোকৰ

ইণ্টাৰনেচনেল ডেস্ক:

ইউক্ৰেইনক ভয়ংকৰ বিস্ফোৰণেৰে প্ৰত্যুত্তৰ ৰাছিয়াৰ।ইউক্ৰেইনৰ খেৰচনত শ্বপিং মল,ৰে’লৱে ষ্টেচন, গেছ ষ্টেচনত আক্ৰমণ ৰুছ বাহিনীৰ। আক্ৰমণত মৃত্যু হয় কমেও ২১ গৰাকীকৈ লোকৰ।আনহাতে আহত হয় অৰ্ধশতাধিক লোক । আহতসকলক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।

উল্লেখযোগ্য যে, ইউক্ৰেইনে ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনক হত্যাৰ বাবে বুধবাৰে ড্ৰোণ আক্ৰমণৰ ব্যৰ্থ চেষ্টা চলোৱাৰ অভিযোগ তুলি প্ৰত্যুত্তৰৰ হুংকাৰ দিছিল ৰাছিয়াই।।

You might also like
Leave A Reply

Your email address will not be published.