ইৰাণৰ শ্বিয়াজত আততায়ীৰ ভয়ংকৰ আক্ৰমণ!

ইণ্টাৰনেচনেল ডেস্ক:

ইৰাণৰ শ্বিয়াজ চহৰত আততায়ীৰ ভয়ংকৰ আক্ৰমণ। শ্বিয়া তীৰ্থস্থানত বন্দুকধাৰীৰ শ্বিয়া উপাসকসকলৰ ওপৰত গুলীচালনা। আক্ৰমণত কমেও ১৫ জন লোক নিহত । আনহাতে ৪০ জন লোক গুৰুতৰভাৱে আহত। শিৰাজৰ শ্বাহচেৰাঘৰ উপসনাস্থলীত প্ৰায় ৫:৪৫ বজাত সংঘটিত হৈছে এই ঘটনা। ইফালে ঘটনা সন্দৰ্ভত দুজন আক্ৰমণকাৰীক আটক কৰা হৈছে। তৃতীয়জন আক্ৰমণকাৰীৰ বিছাৰ খোছাৰ অব্যাহত আছে। আনহাতে আক্ৰমণটো ইছলামিক ষ্টেটে সংঘটিত কৰা বুলি দাবী কৰিছে।।

You might also like
Leave A Reply

Your email address will not be published.