ক’ভিড আপডেট

নিউজ ডেস্ক-


ৰাজ্যত ০.৫৪ শতাংশলৈ কমিল পজিটিভিটিৰ হাৰ। এদিনত কৰ’নাত আক্ৰান্ত হৈছে ১৭৫ জন। ২৪ ঘণ্টাত কৰ’নাত মৃত্যু ঘটিছে ০ জনৰ। গুৱাহাটী মহানগৰীত এদিনতে আক্ৰান্ত হৈছে ৯২ জন লোক। আনহাতে দেশত ২৪ ঘণ্টাত আক্ৰান্তৰ সংখ্যা হৈছে ১০,৫৪৯ আৰু মৃত্যু হোৱা ৰোগীৰ সংখ্যা হৈছে ৪৮৮ জন।।

You might also like
Leave A Reply

Your email address will not be published.