ক’ভিড আপডেট

নিউজ ডেস্ক—

ৰাজ্যত পুনৰ বৃদ্ধি পাইছে ক’ভিডৰ সংক্ৰমণ। ৰাজ্যত মঙলবাৰৰ দিনটোত ক’ভিডত নতুনকৈ আক্ৰান্ত হৈছে ১৪৪ গৰাকী লোক। আক্ৰান্তসকলৰ ভিতৰত সৰ্বাধিক ৫৭ গৰাকী কামৰূপ মহানগৰৰ। মৃত্যু হৈছে ৫গৰাকী আক্ৰান্তৰ। বিগত ২৪ঘন্টাত আক্ৰান্তৰ হাৰ ০.৪৪শতাংশ।

আনহাতে দেশত বিগত ২৪ ঘন্টাত ক’ভিডত আক্ৰান্ত হৈছে ৬,৯৯০ গৰাকী লোক। মৃত্যুমুখত পৰিছে ১৯০ ক’ভিড আক্ৰান্ত। ক’ভিড আক্ৰান্তৰ হাৰ ০.৬৯ শতাংশ।আৰোগ্যৰ হাৰ ৯৮.৩৫শতাংশ।

You might also like
Leave A Reply

Your email address will not be published.