সংসদ ভৱনত পুৱাতেই হুৱাদুৱা!

শীতকালীন অধিৱেশন চলি থকা সময়ত আজি ৰাতিপুৱা হুৱাদুৱা লাগিল সংসদ ভৱনত। সংসদ ভৱনৰ চৌহদৰ ভিতৰত সংঘটিত হ’ল অগ্নিকাণ্ড। দিল্লী অগ্নি নিৰ্বাপক বিভাগে জনোৱা মতে, আজি পুৱা প্ৰায় ৮ বজাত সংসদ ভৱনৰ ৫৯ নম্বৰ কোঠাত সংঘটিত হয় এই অগ্নিকাণ্ড। অৱশ্যে ক্ষীপ্ৰতাৰে জুই নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয় অগ্নি নিৰ্বাপক বাহিনী।

You might also like
Leave A Reply

Your email address will not be published.