নিউজ ডেস্ক-
ৰাজ্যত ক‘ভিড পৰিস্থিতিৰ উন্নতি ঘটিলেও সংক্ৰমণ এতিয়াও অব্যাহত আছে। বিগত ২৪ ঘন্টাত নতুনকৈ ক‘ভিডত আক্ৰান্ত হৈছে ১১৯ গৰাকী লোক। ইয়াৰে ৬৫ আক্ৰান্ত গুৱাহাটী হানগৰৰ। মৃত্যু ২ আক্ৰান্তৰ। বিগত ২৪ ঘন্টাত আক্ৰান্ত হাৰ ০.২৭ শতাংশ। এই সময়ছোৱাত ক‘ভিডত আক্ৰান্ত হৈ ৯২২গৰাকী ৰোগী চিকিৎসাধীন হৈ আছে । সুস্থতাৰ হাৰ ৯৮.৬২শতাংশ।
আনহাতে দেশত বিগত ২৪ ঘন্টাত ক’ভিডত আক্ৰান্তৰ সংখ্যা ৬,৩১৭। মৃত্যুমুখত পৰিছে ৩১৮ আক্ৰান্ত।।