কাছাৰত দুৰ্ঘটনাত পতিত স্কুল ভেন

কাছাৰত ভয়ংকৰ পথ দুৰ্ঘটনা।উদাৰবন্দৰ চলতাকান্দিত পথৰ ওপৰতে বাগৰিল স্কুল ভেন।দুৰ্ঘটনাত আহত ১৪ গৰাকী কন-কন ছাত্ৰ-ছাত্ৰী।সংকটজনক অৱস্থাত ৭ গৰাকী ছাত্ৰ-ছাত্ৰীক শিলচৰ মেডিকেল কলেজ হস্পিতালত ভৰ্তি।।

You might also like
Leave A Reply

Your email address will not be published.