বিস্ফোৰণত কঁপিল পঞ্জাৱৰ আদালত

এইবাৰ বিস্ফোৰণত কঁপিল পঞ্জাৱৰ আদালত।লুধিয়ানাৰ আদালত চৌহদত প্ৰচণ্ড বিস্ফোৰণ। বিস্ফোৰণৰ ফলত থিতাতে নিহত দুজনকৈ লোক।আহত আন চাৰিজন। আহত সকলক ততাতৈয়াকৈ স্থানীয় চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।ঘটনাৰ পাছত আতংকই বিৰাজ কৰা অঞ্চলটোত মোতায়েন কৰা হৈছে বৃহৎ সংখ্যক আৰক্ষী-নিৰাপত্তাৰক্ষীৰ দল।।

You might also like
Leave A Reply

Your email address will not be published.