নিয়োগ মেলাত নিবনুৱাৰ কোলাহল!

ৰাজ্যৰ নিবনুৱালৈ সুখবৰ। আজিৰে পৰা আৰম্ভ হ’ল নিয়োগ মেলা। নিবনুৱাৰ বাবে ৰাজ্যৰ ২৫টা স্থানত অনুস্থিত হ’ব নিয়োগ মেলা। আজি গুৱাহাটী, মংগলদৈ, যোৰহাটৰ লগতে ২০টা স্থানত অনুস্থিত হয় নিয়োগ মেলা।প্ৰত্যেক স্থানতে নিয়োগ সন্ধানী নিবনুৱাৰ লানি নিছিগা সোঁত।।

You might also like
Leave A Reply

Your email address will not be published.