কংগো গণৰাজ্যত ভয়ংকৰ বিমান দুৰ্ঘটনা

আফ্ৰিকাৰ কংগো গণৰাজ্যত ভয়ংকৰ বিমান দুৰ্ঘটনা। দেশখনৰ নৰ্থ কিভু ৰাজ্যৰ গোমা চহৰত সংঘটিত হয় এই দুৰ্ঘটনা। মালু এভিয়েচনৰ বিমানখন দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ ফলত নিহতৰ সংখ্যা এই পৰ্যন্ত জানিব পৰা হোৱা নাই।

উল্লেখ্য যে, কংগোৰ পূৱ প্ৰান্তৰ এই স্থানত বিমান দুৰ্ঘটনা এক সাধাৰণ ঘটনাত পৰিনত হৈছে। ইয়াৰ আগতে ২০১৯ চনত এখন সৰু বিমান দুৰ্ঘটনাগ্ৰস্ত হৈ গোমা চহৰৰ জনবসতিপূৰ্ণ এই অঞ্চলতে ভূপতিত হৈছিল। উক্ত দুৰ্ঘটনাত ২৭ জন লোকে প্ৰান হেৰুৱাইছিল।।

You might also like
Leave A Reply

Your email address will not be published.