ক’ভিড আপডেট

বিগত ২৪ ঘণ্টাত ৰাজ্যত কোভিডত আক্ৰান্ত হৈছে ৯২ গৰাকী লোক। আক্ৰান্ত সকলৰ ২২ গৰাকী কামৰূপ (মেট্ৰ’) জিলাৰ, ১৩ গৰাকী শিৱসাগৰ জিলাৰ, ১০ গৰাকী
শিৱসাগৰ জিলাৰ, ৬ গৰাকী গোৱালপাৰা জিলাৰ আৰু ৫ গোলাঘাট জিলাৰ। যোৱা ২৪ ঘণ্টাত কোভিডত মৃত্যু হোৱা নাই কোনো আক্ৰান্তৰ। পজিটিভিটিৰ হাৰ ২.৬৪ শতাংশ। আৰোগ্যৰ হাৰ ৯৮.৫৩ শতাংশ।

Related Posts

আনহাতে দেশত বিগত ২৪ ঘণ্টাত কোভিডত আক্ৰান্তৰ সংখ্যা ৭,২৩১ গৰাকী । পজিটিভিটিৰ হাৰ ২.০৫ শতাংশ। আৰোগ্যৰ হাৰ ৯৮.৬৭ শতাংশ। দেশত মুঠ আক্ৰান্তৰ সংখ্যা ৬৪,৬৬৭ গৰাকী।

You might also like
Leave A Reply

Your email address will not be published.