ক’ভিড আপডেট

বিগত ২৪ ঘণ্টাত ৰাজ্যত কোভিডত আক্ৰান্ত হৈছে ৯২ গৰাকী লোক। আক্ৰান্ত সকলৰ ২২ গৰাকী কামৰূপ (মেট্ৰ’) জিলাৰ, ১৩ গৰাকী শিৱসাগৰ জিলাৰ, ১০ গৰাকী
শিৱসাগৰ জিলাৰ, ৬ গৰাকী গোৱালপাৰা জিলাৰ আৰু ৫ গোলাঘাট জিলাৰ। যোৱা ২৪ ঘণ্টাত কোভিডত মৃত্যু হোৱা নাই কোনো আক্ৰান্তৰ। পজিটিভিটিৰ হাৰ ২.৬৪ শতাংশ। আৰোগ্যৰ হাৰ ৯৮.৫৩ শতাংশ।

আনহাতে দেশত বিগত ২৪ ঘণ্টাত কোভিডত আক্ৰান্তৰ সংখ্যা ৭,২৩১ গৰাকী । পজিটিভিটিৰ হাৰ ২.০৫ শতাংশ। আৰোগ্যৰ হাৰ ৯৮.৬৭ শতাংশ। দেশত মুঠ আক্ৰান্তৰ সংখ্যা ৬৪,৬৬৭ গৰাকী।

You might also like
Leave A Reply

Your email address will not be published.