জম্মু-কাশ্মীৰৰ নাগবলত ভয়ংকৰ সংঘৰ্ষ!

বুধবাৰে জম্মু-কাশ্মীৰৰ নাগবলত নিৰাপত্তাৰক্ষী আৰু আৰক্ষীৰ মাজত সংটিত হয় ভয়ংকৰ সংঘৰ্ষ। সংঘৰ্ষত নিহত তিনিটা দুধৰ্ষ সন্ত্ৰাসবাদী। এই কথা সদৰি কৰিছে কাশ্মীৰৰ এডিজিপি বিজয় কুমাৰে। নিহত সন্ত্ৰাসবাদী কেইটাৰ এটাক ডানিশ ভাট বুলি চিনাক্ত কৰা হৈছে । নিহত ডানিশ ভাট ছিৰিয়েল কিলিঙৰ সৈতে জড়িত আছিল বুলি আৰক্ষী সুত্ৰই জনাইছে।।

You might also like
Leave A Reply

Your email address will not be published.