ক’ভিড আপডেট

নিউজ ডেস্ক:

বিগত ২৪ ঘণ্টাত ৰাজ্যত কোভিডত আক্ৰান্ত হৈছে ৮৩ গৰাকী লোক। আক্ৰান্ত সকলৰ ৩১ গৰাকী কামৰূপ (মেট্ৰ’) জিলাৰ, ১০ গৰাকী গোৱালপাৰা জিলাৰ, ৯ গৰাকী লক্ষিমপুৰ জিলাৰ, ৫ গৰাকী ডিব্ৰুগড় জিলাৰ আৰু ৪ গৰাকী গোলাঘাট জিলাৰ। যোৱা ২৪ ঘণ্টাত কোভিডত মৃত্যু হোৱা নাই কোনো আক্ৰান্তৰ। পজিটিভিটিৰ হাৰ ২.৯৭ শতাংশ। আৰোগ্যৰ হাৰ ৯৮.৫৪ শতাংশ।

আনহাতে দেশত বিগত ২৪ ঘণ্টাত কোভিডত আক্ৰান্তৰ সংখ্যা ৭,২১৯ গৰাকী । পজিটিভিটিৰ হাৰ ১.৯৮ শতাংশ। আৰোগ্যৰ হাৰ ৯৮.৬৮ শতাংশ। দেশত মুঠ আক্ৰান্তৰ সংখ্যা ৫৬,৭৪৫ গৰাকী।

You might also like
Leave A Reply

Your email address will not be published.