ক’ভিড আপডেট

নিউজ ডেস্ক:

বিগত ২৪ ঘণ্টাত ৰাজ্যত কোভিডত আক্ৰান্ত হৈছে ২৭ গৰাকী লোক। আক্ৰান্ত সকলৰ ১৩ গৰাকী কামৰূপ (মেট্ৰ’) জিলাৰ, ৫ গৰাকী বৰপেটা জিলাৰ, ৫ গৰাকী ডিব্ৰুগড় জিলাৰ, ১ গৰাকী বঙাইগাঁও জিলাৰ আৰু ১ গৰাকী হোজাই জিলাৰ। যোৱা ২৪ ঘণ্টাত কোভিডত মৃত্যু হৈছে ২ গৰাকী আক্ৰান্তৰ। পজিটিভিটিৰ হাৰ ২.১৫ শতাংশ। আৰোগ্যৰ হাৰ ৯৮.৭৫ শতাংশ।

আনহাতে দেশত বিগত ২৪ ঘণ্টাত কোভিডত আক্ৰান্তৰ সংখ্যা ২,১৩৯ গৰাকী । যোৱা ২৪ ঘণ্টাত কোভিডত মৃত্যু হৈছে ১৩ গৰাকী আক্ৰান্তৰ। পজিটিভিটিৰ হাৰ ০.০৬ শতাংশ। আৰোগ্যৰ হাৰ ৯৮.৭৬ শতাংশ। দেশত মুঠ আক্ৰান্তৰ সংখ্যা ২৬,২৯২ গৰাকী।

You might also like
Leave A Reply

Your email address will not be published.