আজি ১৩ অক্টোবৰ

▶️১৯১১ চনৰ আজিৰ দিনটোতেই ভাৰতীয় চলচ্চিত্ৰৰ কিংবদন্তি অশোক কুমাৰৰ জন্ম হৈছিল।
▶️১৯১১ চনৰ আজিৰ দিনটোতেই মৃত্যু হৈছিল ভগ্নী নিবেদিতাৰ।
▶️১৯৮৭ চনৰ আজিৰ দিনটোতেই প্ৰখ্যাত সংগীত শিল্পী,অভিনেতা কিশোৰ কুমাৰৰ মৃত্যু হৈছিল।
▶️২০০০ চনৰ ১৩ অক্টোবৰত কোৰিয়া উপদ্বীপত শান্তি স্থাপনৰ হকে কৰা প্ৰয়াসৰ বাবে দক্ষিণ কোৰিয়াৰ ৰাষ্ট্ৰপতি কিম ডে জুঙলৈ শান্তিৰ ন’বেল বঁটা আগবঢ়োৱা হৈছিল।
▶️২০০১ চনৰ আজিৰ দিনটোলৈকে আফগানিস্তানত এসপ্তাহ মাৰ্কিন আক্ৰমণত ৩ শতাধিকৰ মৃত্যু,বহুলোক আক্ৰান্ত। আমেৰিকাত লাডেনৰ জৈৱাস্ত্ৰ বুলি ভবা ‘এনথ্ৰাক্স’ত ৪ লোক আক্ৰান্ত হৈ এজনৰ মৃত্যু।আজিৰ দিনটোতেই জৈৱাস্ত্ৰৰ বিভীষিকাত আতংকিত হৈ উঠিছিল আমেৰিকাবাসী।।

 

You might also like
Leave A Reply

Your email address will not be published.