পাকিস্তানৰ নুৰিয়াবাদত শোকাৱহ ঘটনা!

ইণ্টাৰনেচনেল ডেস্ক:

পাকিস্তানৰ নুৰিয়াবাদত শোকাৱহ ঘটনা। বুধবাৰে নিশা বানপীড়িতক কঢ়িয়াই নিয়া এখন বাছত সংঘটিত হয় ভয়ংকৰ অগ্নিকাণ্ড। অগ্নিকাণ্ডৰ ফলত শিশু-মহিলাসহ কমেও ১৮ জন লোক জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যুবৰণ কৰে। ঘটনাটো সংঘটিত হয় সিন্ধৰ জামশোৰো জিলাৰ নুৰিয়াবাদৰ সমীপত।।

You might also like
Leave A Reply

Your email address will not be published.