ক’ভিড আপডেট

নিউজ ডেস্ক:

বিগত ২৪ ঘণ্টাত ৰাজ্যত কোভিডত আক্ৰান্ত হৈছে ২ গৰাকী লোক। আক্ৰান্ত সকলৰ ১ গৰাকী কামৰূপ (মেট্ৰ’) জিলাৰ আৰু ১ গৰাকী বঙাইগাঁও জিলাৰ । যোৱা ২৪ ঘণ্টাত কোভিডত মৃত্যু হোৱা নাই কোনো আক্ৰান্তৰ। পজিটিভিটিৰ হাৰ ০.২৯ শতাংশ। আৰোগ্যৰ হাৰ ৯৮.৫৭ শতাংশ।

আনহাতে দেশত বিগত ২৪ ঘণ্টাত কোভিডত আক্ৰান্তৰ সংখ্যা ১,৩৩৪ গৰাকী । পজিটিভিটিৰ হাৰ ১.৫২ শতাংশ। আৰোগ্যৰ হাৰ ৯৮.৭৬ শতাংশ। দেশত মুঠ আক্ৰান্তৰ সংখ্যা ২৩,১৯৩ গৰাকী।

You might also like
Leave A Reply

Your email address will not be published.