বুধবাৰে নিশা গুৱাহাটীত তিল আৰু খৰিচাৰে ৰন্ধা গাহৰি মঙহৰ জুতি ল’লে মালায়ালম ছবিৰ ছুপাৰষ্টাৰ মোহনলালে। ছয়মাইলত থকা থলুৱা খাদ্যৰ ৰেস্তোৰাঁ ‘জ’ছাগ’ ত নিশাৰ আহাৰ খায় অভিনেতা গৰাকীয়ে।
ভাতৰ লগত খায় গাহৰি মঙহ।নিশাৰ আহাৰৰ পূৰ্বে মোহনলালে সোৱাদ লয় জনজাতীয় পানীয়ৰো। জ’ছাগ ৰেস্তোৰাঁৰ ফালৰ পৰা তেওঁক ফুলাম গামোচাৰে আদৰণি জনোৱা হয়।অসমীয়া খাদ্যৰ শলাগ লয় মোহন লালে।
Sign in
Sign in
Recover your password.
A password will be e-mailed to you.
গুৱাহাটীত তিল আৰু খৰিচাৰে ৰন্ধা গাহৰি মঙহৰ জুতি ল’লে ছুপাৰষ্টাৰ মোহনলালে!
NE Bharat 24 is the most authentic and boldest news T.V.news platform.
You might also like