ছুপাৰ টাইফুন নোৰুৰ কবলত ফিলিপাইনছ!

ছুপাৰ টাইফুন নোৰুৰ কবলত ফিলিপাইনছ। টাইফুন নোৰুত মৃত্যু কমেও পাঁচজন উদ্ধাৰকাৰীৰ । প্ৰচণ্ড সাগৰীয় ধুমুহাৰ সময়ত উদ্ধাৰকাৰীক পানীত ডুব যোৱা লোকক উদ্ধাৰৰ বাবে প্ৰেৰণ কৰা হৈছিল। টাইফুন নোৰুৰ ফলত হাজাৰ হাজাৰ লোকে ঘৰ এৰি নিৰাপদ স্থানত আশ্ৰয় লৈছে। প্ৰচণ্ড বতাহ আৰু বৰষুণে অতি জনবসতিপূৰ্ণ লুজন দ্বীপকো প্ৰভাৱিত কৰিছে। ধুমুহাত গছ-গছনি ভাঙি নিম্নভূমি প্লাৱিত কৰিছে। এই পৰ্যন্ত ক্ষয়-ক্ষতিৰ বিতং খবৰ পোৱা হোৱা নাই।।

You might also like
Leave A Reply

Your email address will not be published.