জাৰ্মানীত ভয়ংকৰ গুলীচালনাৰ ঘটনা!

ইণ্টাৰনেচনেল ডেস্ক:

 

 

জাৰ্মানীত ভয়ংকৰ গুলীচালনাৰ ঘটনা। ঘটনাটো সংঘটিত হয় উত্তৰ জাৰ্মানীৰ হামবাৰ্গ চহৰত। অচিনাক্ত আততায়ীৰ গুলীচালনাত ছয়জন লোক নিহত হোৱাৰ লগতে আহত হয় আন কেইবাজনো লোক। গ্ৰছবৰ্ষ্টেল জিলাৰ হামবাৰ্গ চহৰৰ ডিলব’জ ষ্ট্ৰীটত সংঘটিত হয় গুলীচালনাৰ ঘটনাটো। অপৰাধৰ উদ্দেশ্য সম্পৰ্কে নিশ্চিত তথ্য পোৱা নাই বুলি আৰক্ষী সুত্ৰই টুইট যোগে সদৰি কৰে।।

You might also like
Leave A Reply

Your email address will not be published.