NSCN (K) ৰ এজন কেডাৰৰ আত্মসমৰ্পণ!

NSCN (K) ৰ এজন কেডাৰৰ আত্মসমৰ্পণ!

নিউজ ডেস্ক:
টিৰাপত NSCN (K) ৰ এজন কেডাৰৰ আত্মসমৰ্পণ! ৩৬ নং BNCRPF, আছাম ৰাইফলছৰ টিৰাপ আৰক্ষী জিলা প্ৰশাসন আৰু নিৰাপত্তা বাহিনীৰ সন্মুখত আত্মসমৰ্পণ কৰা কেডাৰজন ২১ বছৰীয়া জাংৱাং টাংজাং। টিৰাপৰ বৰডুৰিয়া গাঁৱৰ টেনাত টাংজাংৰ পুত্ৰ জাংৱাং।

You might also like
Leave A Reply

Your email address will not be published.