ডিব্ৰুগড় বিশ্ববিদ্যালয়ত ছাত্ৰীৰ আত্মহত্যা!

ডিব্ৰুগড় বিশ্ববিদ্যালয়ত চাঞ্চল্য! আইদেউ সন্দিকৈ ছাত্ৰী নিবাসত আত্মহত্যা এগৰাকী মেধাৱী ছাত্ৰীৰ।ছাত্ৰী গৰাকীৰ নাম ৰঞ্জিতা চেত্ৰী।লখিমপুৰৰ বিহপুৰীয়াৰ ছাত্ৰীগৰাকী বিশ্ববিদ্যালয়ৰ দৰ্শন বিভাগৰ প্ৰথম ষান্মাসিকত অধ্যয়নৰত আছিল।ছাত্ৰী গৰাকীৰ আত্মহত্যাৰ কাৰন এই পৰ্যন্ত জানিব পৰা নাই। আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত প্ৰক্ৰিয়া।।

You might also like
Leave A Reply

Your email address will not be published.