ডেংগীৰ হটস্পটত পৰিণত ডিফু!

চহৰখনত সম্প্ৰতি ৩,২৫২ গৰাকীলৈ বৃদ্ধি পাইছে ডেংগীৰ আক্ৰান্তৰ সংখ্যা

নিউজ ডেস্কঃ

ক্ৰমাত ডেংগীৰ হটস্পটলৈ পৰিণত হৈছে ডিফু চহৰ। তথ্য অনুসৰি চহৰখনত সম্প্ৰতি ৩,২৫২ গৰাকীলৈ বৃদ্ধি পাইছে ডেংগীৰ আক্ৰান্তৰ সংখ্যা। ইয়াৰ লগে লগেই সমান্তৰালভাৱে বৃদ্ধি পাইছে চকু ৰঙা পৰা ৰোগ। আজিৰ পৰা ২৭ আগষ্টলৈ ডিফু পৌৰসভা এলেকাৰ শিক্ষানুষ্ঠানসমূহ বন্ধৰ ঘোষণা জাৰি কৰা হৈছে। KAACৰ শিক্ষা বিভাগৰ EM ৰিচাৰ্ড টকবীয়ে ঘোষণা কৰে এই কথা।

You might also like
Leave A Reply

Your email address will not be published.