বিশ্ববাসীৰ সম্মুখত অসমক গৌৰাম্বিত কৰিলে দুই অসমীয়াই!

লখিমপুৰৰ চয়ন দত্ত আৰু তিনিচুকীয়াৰ নিধি শৰ্মা ব্যস্ত চন্দ্ৰযান-৩ৰ অভিযানত

নিউজ ডেস্কঃ

মগ্ৰ বিশ্ববাসীৰ ওচৰত অসমক গৰ্বিত কৰিলে দুই অসম সন্তানে। লখিমপুৰৰ চয়ন দত্ত আৰু তিনিচুকীয়াৰ নিধি শৰ্মা ব্যস্ত চন্দ্ৰযান-৩ৰ অভিযানত। ISROৰ বিজ্ঞানী তিনিচুকীয়াৰ বোৱাৰী নিধি শৰ্মা । দেহত ছমহীয়া সন্তানলৈ চন্দ্ৰযান-৩ ৰ সফলতাৰ বাবে কৰ্মৰত হৈ আছে নিধি। বিজ্ঞানী দলটোৰ লঞ্চ কন্ট্ৰলৰ দায়িত্বত আছে লখিমপুৰৰ চয়ন দত্ত। লক্ষ্য মাথো চন্দ্ৰযান-৩ৰ সফল অৱতৰণ।

You might also like
Leave A Reply

Your email address will not be published.