নলবাৰীবাসীৰ বাবে সুখবৰ! নলবাৰী ষ্টেচনত ‘বন্দে ভাৰত’ৰ ২ মিনিটৰ ষ্ট’পেজ

নিউজ ডেস্কঃ

 

লবাৰীবাসীৰ বাবে এক সুখবৰ । চলিত মাহৰ শেষৰ ফালে নলবাৰীবাসীয়ে ভাৰতীয় ৰে’ল সেৱাৰ পৰা লাভ কৰিব এক বিশেষ সুবিধা । জানিব পৰা মতে, দ্ৰুততম বন্দে ভাৰত এক্সপ্ৰেছে নলবাৰী ষ্টেচনত ২ মিনিটৰ বাবে ৰোৱাৰ অনুমতি লাভ কৰিছে । ইয়াৰ দ্বাৰা উপকৃত হ’ব নলবাৰী জিলাৰ লগতে ইয়াৰ গাতে লাগি থকা বিভিন্ন অঞ্চলৰ ৰাইজ ।
এতিয়াৰে পৰা দূৰ-দূৰণীৰ যাত্ৰীসকলে গুৱাহাটীৰ পৰিৱৰ্তে নলবাৰী ৰে’ল ষ্টেচনতে উঠিব পাৰিব বন্দে ভাৰত একপ্ৰেছত । বন্দে ভাৰত এক্সপ্ৰেছ ৰে’লখনে ২৯ মে’ৰ পৰা নলবাৰী ৰে’ল ষ্টেচনত ২ মিনিটৰ বাবে ৰব ।
২৯ মে’ৰ দিনা দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰ্চুৱেলী ফ্লেগ অফ কৰিব এই ৰে’লখনৰ ।

You might also like
Leave A Reply

Your email address will not be published.