আজিৰে পৰা ওৰাং ৰাষ্ট্ৰীয় উদ্যানত উচ্ছেদ অভিযান।

নিউজ ডেস্ক:

জিৰে পৰা ওৰাং ৰাষ্ট্ৰীয় উদ্যানত উচ্ছেদ অভিযান। প্ৰায় ২১ হাজাৰ বিঘা ভূমিত চলিব প্ৰশাসনৰ বুলড’জাৰ । প্ৰায় ৮০০ পৰিয়ালক কৰা হ’ব উচ্ছেদ।উচ্ছেদৰ বাবে মোতায়ন ২০০০ আৰক্ষী জোৱান। শোণিতপুৰ জিলাৰ ঠেং ভঙা চৰ,বিছকুটি চৰ,চৰ্দাৰ, পানচু চৰ,টেঙাগুৰি, মুছলিম চৰ, শিঙিৰি , চিতলমাৰী চৰ, টেঙাগুৰি চৰসহ মুঠ ৯টা চৰ দখলমুক্ত কৰাৰ উদ্দেশ্যে চলিব এই উচ্ছেদ অভিযান। উচ্ছেদৰ বাবে নাৱেৰে লৈ যোৱা হৈছে ট্ৰেক্টৰসমূহ। দুদিনীয়াকৈ চলিব এই উচ্ছেদ অভিযান।

You might also like
Leave A Reply

Your email address will not be published.