আজি ২৮ মে’

▶️আজি আজেৰবাইজানৰ স্বাধীনতা দিৱস।
▶️আজি ইথিওপিয়াৰ ৰাষ্ট্ৰীয় দিৱস।
▶️১৫৭২ চনৰ আজিৰ দিনটোতেই ৰাণা প্ৰতাপ সিং মেৱাৰৰ ৰজা হৈছিল।
▶️১৮৪৩ চনৰ আজিৰ দিনটোতেই ইংৰাজী ভাষাৰ অভিধান ৰচয়িতা নোৱা ৱেবষ্টাৰৰ মৃত্যু ঘটিছিল।
▶️১৮৮৩ চনৰ এই দিনটোতেই বিপ্লৱী,স্বাধীনতা সংগ্ৰামী বিনায়ক দামোদৰ ছাভাৰকাৰৰ জন্ম হৈছিল।
▶️১৯৫৬ চনৰ আজিৰ দিনটোতেই এক সমৰ্পণ চুক্তি অনুসৰি পণ্ডিচেৰী আৰু তৎসংলগ্ন অঞ্চল ভাৰতৰ অন্তৰ্ভুক্ত।
▶️১৯৬১ চনৰ আজিৰ দিনটোতেই এমনেষ্টী ইন্টাৰনেচনেলৰ জন্ম।
▶️১৯৯৫ চনৰ আজিৰ দিনটোতেই ৰাছিয়াৰ উত্তৰাংশৰ ছাখালিন দ্বীপৰ নেষ্টগৰ্ষ্ক চহৰখনত প্ৰৱল ভূমিকম্পত ২০০০ লোক নিহত হৈছিল।
▶️২০০৩ চনৰ আজিৰ দিনটোতেই লেফটেনেণ্ট জেনেৰেল অজয় সিঙক অসমৰ ৰাজ্যপাল ৰূপে নিযুক্তি।।

 

You might also like
Leave A Reply

Your email address will not be published.