পিতৃৰ লাঠিৰ কোবত প্ৰাণ গ’ল ১০ বছৰীয়া কন্যাৰ

নিউজ ডেস্ক

 

ৰাইদেউ জিলাৰ মাহমৰা বিধানসভা সমষ্টিৰ কাকতিবাৰী আৰক্ষী থানাৰ অন্তৰ্গত টিমনত সংঘটিত হৈছে এক নাৰকীয় ঘটনা । পাষাণ পিতৃৰ লাঠিৰ কোবত প্ৰাণ গ’ল এগৰাকী ১০ বছৰীয়া কন্যাৰ । পাষণ্ড পিতৃ ভুৱন গৰাইতে লাঠিৰে মৰিয়াই মৰিয়াই হত্যা কৰে নিজ কন্যাক। ঘটনাটো সংঘটিত কৰি হত্যাকাৰী পিতৃয়ে পলাই সাৰিবলৈ চেষ্টা কৰে যদিও কাকতিবাৰী আৰক্ষীয়ে পাষণ্ডটোক কৰায়ত্ত কৰিবলৈ সক্ষম হয় ।।

You might also like
Leave A Reply

Your email address will not be published.