প্ৰচণ্ড ভূমিকম্পই কঁপালে দেশৰ ৰাজধানী দিল্লী!

নেচনেল ডেস্ক:

প্ৰচণ্ড ভূমিকম্পই কঁপালে দেশৰ ৰাজধানী দিল্লী আৰু ইয়াৰ দাঁতিকাষৰীয়া অঞ্চল।আজি সন্ধিয়া ৭.৫৫ বজাত অনুভূত হোৱা ভূমিকম্পটোৰ অভিকেন্দ্ৰ আছিল আফগানিস্তানৰ ফয়জাবাদ। ৰিখটাৰ স্কেলত ৫.৯ প্ৰাবল্যত সংঘটিত হয় ভূমিকম্পটো।ভূমিকম্পটো সংঘটিত হয় আফগানিস্তানৰ ফয়জাবাদৰ পৰা ৭৯ কি:মি: দক্ষিণে ভূগৰ্ভৰ ২০০ কি:মি: গভীৰতাত । খৱৰটো টুইটযোগে সদৰি কৰে ৰাষ্ট্ৰীয় ভূকম্পন বিজ্ঞান কেন্দ্ৰই।।

You might also like
Leave A Reply

Your email address will not be published.