প্ৰধানমন্ত্ৰীৰ টুইটাৰ একাউন্ট হেক!

সুৰক্ষিত নহয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ছ’চিয়েল মিডিয়া একাউন্ট! মোডীৰ টুইটাৰ একাউন্ট হেক কৰিছিল অজ্ঞাত চক্ৰই। ক্ষন্তেক সময়ৰ বাবে ব্যাহত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ টুইটাৰ একাউন্ট। তাৎক্ষণিক ব্যৱস্থা লৈ একাউণ্টটো পুনৰ সক্ৰিয় কৰে টুইটাৰ কৰ্তৃপক্ষই।।

You might also like
Leave A Reply

Your email address will not be published.