বিশিষ্ট কবি জীৱন নৰহলৈ ‘যাপনচিত্ৰ ৰাষ্ট্ৰীয় কাব্য বঁটা’!

১ এপ্ৰিলত কলকতাত প্ৰদান কৰা হব এই বঁটা

নিউজ ডেস্ক:

গাঁৱৰ বিশিষ্ট কবি জীৱন নৰহলৈ ২০২৩ বৰ্ষৰ ‘যাপনচিত্ৰ ৰাষ্ট্ৰীয় কাব্য বঁটা’। এপ্ৰিলৰ ১ তাৰিখে কলকতাত প্ৰদান কৰা হব এই বঁটা। কবিতাৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে নগাঁৱৰ আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ৰ অধ্যাপক জীৱন নৰহলৈ এই বঁটা। কলকাতাৰ পৰা প্ৰকাশিত ক্ষুদ্ৰ কাব্য আলোচনী ‘যাপনচিত্ৰ’ই আগবঢাইছে এই বঁটা। বঁটাৰ লগতে মাননি হিচাপে আগবঢ়োৱা হব নগদ ৫০ হাজাৰ টকা।।

You might also like
Leave A Reply

Your email address will not be published.