বিশিষ্ট নিবন্ধকাৰ, শিক্ষাবিদ মনোজ কুমাৰ শইকীয়াৰ দেহাৱসান

নিউজ ডেস্ক:

বিশিষ্ট নিবন্ধকাৰ, শিক্ষাবিদ মনোজ কুমাৰ শইকীয়াৰ দেহাৱসান। গুৱাহাটী চিকিৎসা চিকিৎসাধীন অৱস্থাত শেষ নিশ্বাস ত্যাগ কৰে শিক্ষাবিদ গৰাকীয়ে। মেৰাপানীৰ দৈয়াং মহাবিদ্যালয়ৰ উপাধ্যক্ষ ৰূপে কাৰ্য্যনিৰ্বাহ কৰি আছিল শইকীয়াই। মনোজ কুমাৰ শইকীয়াৰ মৃত্যুত সমগ্ৰ গোলাঘাট জিলাত শোকৰ ছাঁ ।।

You might also like
Leave A Reply

Your email address will not be published.