প্ৰচণ্ড ভূমিকম্পই জোকাৰি গল নেপাল!

ইণ্টাৰনেচনেল ডেস্ক:

মঙলবাৰে বিয়লি প্ৰচণ্ড ভূমিকম্পই জোকাৰি গল চুবুৰীয়া ৰাষ্ট্ৰ নেপাল। ৰিখটাৰ স্কেল ৫.৮ প্ৰাবল্যত অনুভূত হয় ভূমিকম্পটো। ভূমিকম্পটোৰ উৎপত্তিস্থল নেপালৰ জুমলা জিলাৰ উত্তৰ-পশ্চিমে প্ৰায় ৬৩ কিলোমিটাৰ দূৰত্বত ১০ কিলোমিটাৰ গভীৰতাত।
আনহাতে দিল্লী আৰু এনচিআৰ অঞ্চলতো অনুভূত হয় ভূমিকম্পৰ প্ৰবল জোকাৰণি। খবৰটো সদৰি কৰে ৰাষ্ট্ৰীয় ভূমিকম্প বিজ্ঞান কেন্দ্ৰই ।।

You might also like
Leave A Reply

Your email address will not be published.