অৱশেষত বহু জল্পনা-কল্পনা তথা অনুৰাগীৰ ব্যাপক চৰ্চাৰ মাজত সম্পন্ন হ’ল অভিনেত্ৰী কেটৰিনা কাইফ আৰু অভিনেতা বিকি কৌশলৰ আনুষ্ঠানিক বিৱাহ। আজি জয়পুৰৰ ৭০০ বছৰ পুৰণি প্ৰসিদ্ধ ছিক্স ছেঞ্চ ফ’ৰ্টত বৰমাল্য প্ৰদানেৰে বিৱাহ পাশত আৱদ্ধ হ’ল দুয়ো।অনুৰাগীৰ উৎস্যুকতা ভাঙি সন্ধিয়া প্ৰায় ৭ বজাত ৰঙা লেহেংগা পৰিহিতা কেটৰিনা আৰু বগা শ্বেৰৱানী পৰিহিত বিকিৰ দৰা-কইনাৰ সাজত ফটো ভাইৰেল হৈ পৰিল।আজিৰ অনুষ্ঠানত দুয়োৰে পৰিয়ালৰ সদস্য সকলহে উপস্থিত আছিল। বিৱাহ অনুষ্ঠানৰ মাংগলিক কাৰ্যসূচীৰ পাছতে বিৱাহথলীৰ বাহিৰত থকা লোকসকলৰ মাজত মিঠাই আৰু কে’ক বিতৰণ কৰা হয়।।
Sign in
Sign in
Recover your password.
A password will be e-mailed to you.
বিৱাহপাশত আবদ্ধ হ’ল বিকি-কেট
You might also like