ভয়ংকৰ ভূমিকম্পই জোকাৰি গ’ল হাৰিয়ানাৰ লগতে দিল্লী!

নতুন বছৰৰ প্ৰথম দিনাই ভয়ংকৰ ভূমিকম্পই জোকাৰি গ’ল হাৰিয়ানাৰ লগতে দিল্লী-এনচিআৰৰ কিছু অংশ। দেওবাৰে নিশা ১:১৯ বজাত হাৰিয়ানাৰ ঝজ্জাৰৰ উত্তৰ উত্তৰ-পশ্চিমত সংঘটিত হয় এই ভূমিকম্প। ৰিখটাৰ স্কেলত ৩.৮ প্ৰাবল্যত সংঘটিত হয় ভূমিকম্পটো। হাৰিয়ানাৰ ঝজ্জাৰৰ পৰা ১২ কিলোমিটাৰ দূৰত্বত আৰু ৫ কিলোমিটাৰ গভীৰতাত সংঘটিত হয় ভূমিকম্পটো। খৱৰটো সদৰি কৰিছে ৰাষ্ট্ৰীয় ভূকম্পন বিজ্ঞান কেন্দ্ৰই।।

You might also like
Leave A Reply

Your email address will not be published.