মহানগৰীৰ উলুবাৰীত জিএমচিৰ উচ্ছেদ অভিযান

নিউজ ডেস্ক:

গুৱাহাটী পৌৰ নিগমে শুকুৰবাৰে মহানগৰীৰ উলুবাৰী অঞ্চলত অবৈধভাৱে স্থাপন কৰা দোকানসমূহৰ বিৰুদ্ধে উচ্ছেদ অভিযান চলায়। উলুবাৰী উৰণীয়া সেতুৰ তলত এই উচ্ছেদ অভিযান চলাই গুৱাহাটী পৌৰ নিগমে। উৰণীয়া সেতুৰ তলত স্থাপন কৰা কেইবাখনো অবৈধ মোবাইল খাদ্যৰ দোকান উচ্ছেদ কৰিলে

নিউজ ডেস্ক:

গুৱাহাটী পৌৰ নিগমে শুকুৰবাৰে মহানগৰীৰ উলুবাৰী অঞ্চলত অবৈধভাৱে স্থাপন কৰা দোকানসমূহৰ বিৰুদ্ধে উচ্ছেদ অভিযান চলায়। উলুবাৰী উৰণীয়া সেতুৰ তলত এই উচ্ছেদ অভিযান চলাই গুৱাহাটী পৌৰ নিগমে। উৰণীয়া সেতুৰ তলত স্থাপন কৰা কেইবাখনো অবৈধ মোবাইল খাদ্যৰ দোকান উচ্ছেদ কৰিলে জিএমচিৰ দলে। পৰ্য্যায়ক্ৰমে প্ৰতিদিনে উচ্ছেদ অভিযান চলাই অবৈধভাৱে স্থান দখল কৰা ব্যৱসায়ীক আঁতৰাই মুকলি পৰিৱেশ গঢ়াৰ লক্ষ্য লৈছে জিএমচি কতৃপক্ষই ।।

দলে। পৰ্য্যায়ক্ৰমে প্ৰতিদিনে উচ্ছেদ অভিযান চলাই অবৈধভাৱে স্থান দখল কৰা ব্যৱসায়ীক আঁতৰাই মুকলি পৰিৱেশ গঢ়াৰ লক্ষ্য লৈছে জিএমচি কতৃপক্ষই ।।

You might also like
Leave A Reply

Your email address will not be published.