পদপথত এদল সিংহৰ মুক্ত বিচৰণ!

 

ভাৰতীয় বন সেৱাৰ বিষয়া সুশান্ত নান্দাই টুইটাৰ যোগে শ্বেয়াৰ কৰিলে সিংহৰ এটা দলে ৰাতি খোজ খোজকাঢ়ি যোৱা দৃষ্টিনন্দন দৃশ্য ।
গুজৰাটৰ এটা পদপথত ওপৰৰ পৰা তললৈ ৮ তা সিংহৰ দলে মুক্ত বিচৰণৰ কৰা দৃশ্য কেমেৰাত বন্দী কৰি টুইটাৰত শ্বেয়াৰ কৰা ভিডিওতোৱে ইতিমধ্যে তিনি লক্ষাধিক লোকৰ দৃষ্টি নিবদ্ধ কৰিছে ।
বিষয়া গৰাকীয়ে ইংৰাজীত লিখিছে “Another day , Another pride ….walking through the streets of Gujarat”

You might also like
Leave A Reply

Your email address will not be published.