মিজোৰামত বৃহৎ পৰিমানৰ মেথামফেটামাইন টেবলেট উদ্ধাৰ!

নৰ্থ ইষ্ট ডেস্ক:

মিজোৰামত বৃহৎ পৰিমানৰ নিষিদ্ধ ড্ৰাগছ উদ্ধাৰ। এক গোপন খৱৰৰ পম খেদি আছাম ৰাইফলছ আৰু জোখাথাৰ আৰক্ষীৰ যুটীয়া দলে অভিযান চলাই মিজোৰামৰ চম্পাই জিলাৰ মেলবুক গাঁৱত মেথামফেটামাইন টেবলেটসহ আটক কৰে এজনী মহিলা সৰবৰাহকাৰী। ধৃত মহিলাৰ পৰা ১৬৭.৮৬ কোটি টকাৰ ৫,০৫,০০০ মেথামফেটামাইন টেবলেট উদ্ধাৰ কৰে বুলি আৰক্ষীয়ে সদৰি কৰে। জব্দকৃত ড্ৰাগছ খিনিৰ ওজন প্ৰায় ৫৫.৮০ কিলোগ্ৰাম। ধৃত মহিলা সৰবৰাহকাৰীক পৰৱৰ্তী তদন্ত আৰু আইনী প্ৰক্ৰিয়াৰ বাবে জোখাথৰ আৰক্ষী থানাত চমজাই দিয়া হৈছে

You might also like
Leave A Reply

Your email address will not be published.