আজি ২১ এপ্ৰিল

➡️১৯০৭ উজনি অসমৰ প্ৰথম স্নাতক জগন্নাথ বৰুৱাৰ মৃত্যু।
➡️১৯২৬ ইংলেণ্ডৰ ৰাণী দিত্বীয় এলিজাবেথৰ জন্ম।
➡️১৯৬৩ কবি-সাহিত্যিক ৰত্নকান্ত বৰকাকতিৰ মৃত্যু।
➡️১৯৮৭ কলম্বোত তামিল বিদ্ৰোহীৰ বোমা বিষ্ফোৰণ,১১৫জন নিহত।
➡️১৯৯৭ ভাৰতৰ প্ৰধান মন্ত্ৰী ৰূপে ইন্দৰ কুমাৰ গুজৰালৰ শপত গ্ৰহণ।১৯৯৮ চনৰ ১৯ মাৰ্চলৈকে তেওঁ এই পদবীত কাৰ্যনিৰ্বাহ কৰে।

You might also like
Leave A Reply

Your email address will not be published.