৬৯ সংখ্যক ৰাষ্ট্ৰীয় চলচিত্ৰ বঁটা প্ৰাপকৰ সবিশেষ

শ্ৰেষ্ঠ হিন্দী চলচিত্ৰ সুজিত চিৰকাৰৰ চৰ্দাৰ উধম ঘোষণা হ’ল ৬৯ সংখ্যক ৰাষ্ট্ৰীয় চলচিত্ৰ বঁটা।শ্ৰেষ্ঠ হিন্দী চলচিত্ৰ সুজিত চিৰকাৰৰ চৰ্দাৰ উধম

নিউজ ডেস্ক:

ঘোষণা হ’ল ৬৯ সংখ্যক ৰাষ্ট্ৰীয় চলচিত্ৰ বঁটা।শ্ৰেষ্ঠ হিন্দী চলচিত্ৰ সুজিত চিৰকাৰৰ চৰ্দাৰ উধম। ‘Gangubai Kathiawadi’ৰ বাবে আলিয়া ভাট আৰু ‘Mimi’ৰ বাবে কৃতি চাননলৈ শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা৷ ইয়াৰ লগতে ‘Pushpa: The Rise’ ছবিখনৰ বাবে আল্লু অৰ্জুনলৈ শ্ৰেষ্ঠ অভিনেতাৰ বঁটা৷ ‘Kashmir Files’ৰ বাবে পল্লৱী যোশীলৈ শ্ৰেষ্ঠ সহ-অভিনেত্ৰীৰ বঁটা আৰু ‘Mimi’ৰ বাবে পংকজ ত্ৰিপাঠীলৈ শ্ৰেষ্ঠ সহ-অভিনেতাৰ বঁটা৷

‘RRR’ আৰু ‘পুষ্পা’লৈ শ্ৰেষ্ঠ সংগীতৰ সন্মান। শ্ৰেয়া ঘোষাললৈ শ্ৰেষ্ঠ মহিলা নেপথ্য কণ্ঠশিল্পীৰ বঁটা। পালা ভৈৰৱলৈ শ্ৰেষ্ঠ পুৰুষ নেপথ্য কণ্ঠশিল্পীৰ বঁটা। ‘শ্বেৰশ্বাহ’লৈ জুৰিৰ বিশেষ বঁটা ঘোষণা। ৰাষ্ট্ৰীয় একতাৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ কাশ্মীৰ ফাইলছ। শ্ৰেষ্ঠ জনপ্ৰিয় ছবি RRR। Rocketry ছবিখনে লাভ কৰিছে শ্ৰেষ্ঠ চলচিত্ৰৰ সন্মান।।

You might also like
Leave A Reply

Your email address will not be published.