ৰাজস্থানৰ আলৱাৰত শোকাৱহ পথ দুৰ্ঘটনা!

নেচনেল ডেস্ক:

ৰাজস্থানৰ আলৱাৰত শোকাৱহ পথ দুৰ্ঘটনা। আলৱাৰ জিলাৰ কোটপুতলী পথত সংঘটিত হয় এই দুৰ্ঘটনাটো। তীব্ৰবেগী গাড়ী আৰু এখন বাইকৰ মুখামুখি সংঘৰ্ষৰ ফলত সংঘটিত হয় এই দুৰ্ঘটনা। দুৰ্ঘটনাত দুই বাইক আৰোহীসহ থিতাতে নিহত চাৰিজন লোক। ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত আছে।।

You might also like
Leave A Reply

Your email address will not be published.