ৰাষ্ট্ৰীয় পঞ্চায়তীৰাজ দিৱস।

নিউজ ডেস্ক :-

জি ৰাষ্ট্ৰীয় পঞ্চায়তীৰাজ দিৱস। প্ৰতি বছৰে ২৪ এপ্ৰিলত পালন কৰা হয় ৰাষ্ট্ৰীয় পঞ্চায়তীৰাজ দিৱস। গাওঁ অঞ্চলৰ সৰ্বাংগীন বিকাশৰ অৰ্থে জাতিৰ পিতা মহাত্মা গান্ধীৰ আদৰ্শৰে পঞ্চায়তৰাজ ব্যৱস্থা আৰম্ভ হৈছিল। ভাৰতত তিনি খলপীয়া পঞ্চায়তীৰাজ ব্যৱস্থা আছে।গাওঁ পঞ্চায়ত, আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদ।

১৯৪৮ চনত অসমৰ প্ৰথমখন গ্রাম্য পঞ্চায়ত আইন গ্ৰহণ কৰা হৈছিল। পোনপ্ৰথমবাৰ ২০০১ চনত অসমত পঞ্চায়ত নিৰ্বাচন পতা হৈছিল।

You might also like
Leave A Reply

Your email address will not be published.