জম্মু-কাশ্মীৰত ভাৰতীয় সেনাৰ বৃহৎ সফল অভিযান। জম্মু-কাশ্মীৰৰ পুঞ্চ জিলাৰ বালাকোটত সন্ত্ৰাসবাদীৰ অনুপ্ৰৱেশ অভিযান বিফল কৰে নিৰাপত্তা বাহিনীয়ে। সীমান্তৰে অবৈধভাৱে অনুপ্ৰৱেশৰ চেষ্টা চলাওতেই নিৰাপত্তা বাহিনীৰ গুলীত নিহত হয় দুই কুখ্যাত সন্ত্ৰাসবাদী। মৃত সন্ত্ৰাসবাদীৰ পৰা উদ্ধাৰ কৰে এটা ইম্প্ৰভাইজড এক্সপ্ল’ছিভ ডিভাইচ (আই ই ডি), অস্ত্ৰ-শস্ত্ৰৰ লগতে কেইবা জাঁই গুলী । নিৰাপত্তা বাহিনীয়ে সমগ্ৰ অঞ্চলটো ঘেৰাও কৰি অভিযান অব্যাহত ৰাখিছে।।

You might also like
Leave A Reply

Your email address will not be published.