মেক্সিকোৰ চিনালোয়া ৰাজ্যত হিংসাত্মক পৰিস্থিতি!

মেক্সিকোৰ উত্তৰ দিশৰ চিনালোয়া ৰাজ্যত হিংসাত্মক পৰিস্থিতি। মেক্সিকান নিৰাপত্তা বাহিনীয়ে কাৰাগাৰত থকা কিংপিন জোৱাকিন “এল চাপো” গুজমেনৰ ৩২ বছৰীয়া পুত্ৰ অভিডিঅ’ গুজমানক গ্ৰেপ্তাৰ কৰাৰ লগে লগে সৃষ্টি হয় হিংসাত্মক পৰিস্থিতিৰ। হিংসাত্মক ঘটনাত নিহত ১৯ জন সন্দেহযুক্ত গেং সদস্যৰ লগতে ১০ জন সামৰিক জোৱান। হিংসাত্মক ঘটনাত জড়িত ২১ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে বুলি সংবাদমেল যোগে সদৰি কৰে প্ৰতিৰক্ষা মন্ত্ৰী লুইচ ক্ৰেচেন্সিও ছাণ্ডোভালে। ।

You might also like
Leave A Reply

Your email address will not be published.