ইউক্ৰেইনৰ ৰাজধানী কিয়ভৰ সমীপত ভয়ংকৰ হেলিক’প্তাৰ দুৰ্ঘটনা। দুৰ্ঘটনাটো সংঘটিত হয় কিয়েভৰ পৰা প্ৰায় ২০ কিলোমিটাৰ উত্তৰ-পূবত অৱস্থিত ব্ৰ’ভাৰী চহৰত। দুৰ্ঘটনাত নিহত ইউক্ৰেইনৰ আভ্যন্তৰিণ মন্ত্ৰী ডেনিছ মনাষ্টিৰস্কিৰ লগতে মন্ত্ৰালয়ৰ কেইবাজনো শীৰ্ষ বিষয়াসহ ষোল্লজন লোক।।

You might also like
Leave A Reply

Your email address will not be published.