তুৰ্কী আৰু ছিৰিয়াৰ ভূমিকম্পত আক্ৰান্ত লোকৰ বাবে জাৰ্মানীৰ জৰুৰীকালীন ভিছা

তুৰ্কী আৰু ছিৰিয়াৰ ভূমিকম্পত আক্ৰান্ত লোকৰ বাবে জাৰ্মানীৰ জৰুৰীকালীন ভিছা

ইণ্টাৰনেচনেল ডেস্ক:

জাৰ্মানীয়ে তুৰ্কী আৰু ছিৰিয়াৰ ভূমিকম্পত আক্ৰান্ত লোকৰ বাবে জাৰি কৰিব জৰুৰীকালীন ভিছা। দেশখনত পৰিয়ালসহ তুৰ্কী আৰু ছিৰিয়াৰ ভূমিকম্পত আক্ৰান্ত লোকক তিনি মাহৰ বাবে প্ৰদান কৰা হ’ব ভিছা। জাৰ্মানীৰ স্বৰাজ মন্ত্ৰী নেন্সি ফেইজাৰে দৈনিক কাকত ‘বিল্ড’ক দিয়া সাক্ষাৎকাৰত এইকথা সদৰি কৰে।

এইটো জৰুৰীকালীন সাহায্য

উল্লেখ্য যে, সোমবাৰে তুৰস্ক আৰু ছিৰিয়াক জোকাৰি যোৱা ভয়াৱহ ভূমিকম্পত এইপৰ্যন্ত নিহতৰ সংখ্যা ২৮ হাজাৰৰো অধিক হৈছেগৈ।।

You might also like
Leave A Reply

Your email address will not be published.