ফিল্মফেয়াৰ এৱাৰ্ডছত উজলিল অসম সন্তান!

নিউজ ডেস্ক:

ঘোষণা হ’ল ২০২৩ বৰ্ষৰ ফিল্মফেয়াৰ বঁটা। ৬৮ সংখ্যক বলীউড ফিল্মফেয়াৰ এৱাৰ্ডছত উজলিল অসম সন্তান সুমন অধিকাৰী। বৰপেটাৰ সুমন অধিকাৰীয়ে আজুৰিলে ফিল্মফেয়াৰ এৱাৰ্ডছৰ দুটাকৈ বঁটা। ‘বধাই দো’ ছবিখনৰ বাবে সুমনে লাভ কৰিছে দুটাকৈ বঁটা। কাহিনী, চিত্রনাট্য শিতানত দুটা বঁটা লাভ সুমন অধিকাৰীৰ। ৬৮ সংখ্যক বলীউড ফিল্মফেয়াৰ এৱাৰ্ডছত সৰ্বমুঠ চাৰিটা শিতানত বঁটা লাভ কৰে ‘বধাই দো’ ছবিখনে।।

You might also like
Leave A Reply

Your email address will not be published.